beddingbede

bedding plant (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-11-04
1. Flowers(Common Noun-Neuter) a plant set into a garden bed or container when it is about to bloom, typically an annual used for display and discarded at the end of the season ফুলাৰ আগেয়ে বাগিছাৰ মাটিত অথবা টাবত ৰোপন কৰা উদ্ভিদ, যি সাধাৰণতে এটা নিৰ্দিষ্ট ঋতুৰ বাবেহে ৰোপন কৰা হয় আৰু ফুল শুকোৱাৰ পাছত উভালি পেলোৱা হয়৷